Jump to content

ষ্টিৱাৰ্ডৰ অনুৰোধ

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Steward requests and the translation is 100% complete.
Shortcut:
SR

ষ্টিৱাৰ্ডৰ সকলো ৱিকিত অনুৰোধ ত উপস্থিত থাকিবপৰা ক্ষমতা থকা ব্যৱহাৰকাৰী, যেনে অনুৰোধ প্ৰশাসকত্ব, ইত্যাদি।সহায়ৰ বাবে অনুৰোধ কৰিবলৈ এই পৃষ্ঠাবোৰ ব্যৱহাৰ কৰক ষ্টিৱাৰ্ডৰ. নিশ্চিত কৰিব যে আপুনি সৰ্বাধিক দক্ষতাৰ বাবে প্ৰতিটো পৃষ্ঠাত সংশ্লিষ্ট প্ৰক্ৰিয়াবোৰ সঠিকভাৱে অনুসৰণ কৰে।

Stewards
For stewards
Noticeboards

ষ্টিৱাৰ্ড অনুৰোধ পৃষ্ঠাসমূহ

ক্ৰছ-ৱিকি অনুৰোধ

লিংক বিৱৰণ
ব্যৱহাৰকাৰীৰ তথ্য পৰীক্ষা কৰক অনুৰোধ ব্যৱহাৰকাৰী পৰীক্ষক স্থানীয় ব্যৱহাৰকাৰী পৰীক্ষক অবিহনে ৱিকিত তথ্য
গোলকীয় গোলকীয় আইপি ব্লক বা আনব্লক আৰু একাউণ্ট লকৰ বাবে অনুৰোধ।
গোলকীয় অনুমতিসমূহ গোলকীয় ৰোলবেক , গোলকীয় চিচোপ, গোলকীয় আইপি ব্লক ৰেহাই বা অন্যান্য গোলকীয় অধিকাৰ যেনে সম্পাদনা আন্তঃপৃষ্ঠৰ বাবে অনুৰোধ।
অনুমতিসমূহ অনুৰোধ বাবে প্ৰশাসক, আমোলা, ব্যৱহাৰকাৰী পৰীক্ষক আৰু পৰ্যৱেক্ষণ প্ৰৱেশাধিকাৰ।
বটৰ স্থিতি কোনো আমোলা নথকা ৱিকিত বট স্থিতিৰ বাবে অনুৰোধ।
ব্যৱহাৰকাৰীনাম পৰিবৰ্তন ৱিকিমিডিয়া ৱিকিচত ব্যৱহাৰকাৰীনাম পৰিবৰ্তন অনুৰোধ।
বিবাদ সমাধানকৰা একত্ৰিত লগইন বিবাদ সমাধানৰ বাবে অনুৰোধ।
পৰ্যবেক্ষণ সক্ৰিয় পৰ্যৱেক্ষণকাৰী অবিহনে ৱিকিত পৰ্যৱেক্ষণ অনুৰোধ।
বিবিধ সক্ৰিয় নোহোৱাকৈ ৱিকিত চাইচপ কাৰ্য্য সম্পাদন কৰাৰ অনুৰোধ প্ৰশাসক। এনে অনুৰোধবোৰৰ ভিতৰত আছে দ্ৰুত বিলোপ, আলোচনাৰ পিছত বিলোপ, সুৰক্ষিত পৃষ্ঠাত সম্পাদনা ইত্যাদি।
গোলকীয় চিচপ অনুৰোধ কোনো বা কেইজনমান প্ৰশাসক নথকা ৱিকিত ভাংচুৰ, বা ক্ৰছ-ৱিকি ভাংচুৰ, আৰু দীৰ্ঘম্যাদী উৎপীড়নৰ ঘটনাৰ প্ৰতিবেদন।

মেটা অনুৰোধ

এই অনুৰোধসমূহ সাধাৰণতে মেটা-ৱিকিৰ স্থানীয় প্ৰশাসক, আমোলা আৰু ব্যৱহাৰকাৰী পৰীক্ষক

লিংক বিৱৰণ
ব্যৱহাৰকাৰীৰ তথ্য পৰীক্ষা কৰক অনুৰোধ ব্যৱহাৰকাৰী পৰীক্ষক তথ্য মেটাত
অনুমতিসমূহ অনুৰোধ প্ৰশাসক, আমোলা, বট, কেন্দ্ৰীয় জাননী প্ৰশাসক, অনুবাদ প্ৰশাসক, ব্যৱহাৰকাৰী পৰীক্ষক আৰু পৰ্যৱেক্ষণকাৰী প্ৰৱেশাধিকাৰ মেটাত
স্থানীয় চিচপ বা আমোলাৰ পৰা সহায়ৰ বাবে অনুৰোধ মেটা-ৱিকি প্ৰশাসক বা আমোলাসকলৰ পৰা সহায়ৰ বাবে অনুৰোধ। ইয়াত অন্তৰ্ভুক্ত থাকে কেন্দ্ৰীয় জাননী স্থাপন, মাচ বাৰ্তালৈ প্ৰৱেশাধিকাৰ, আন্তঃপৃষ্ঠ পৃষ্ঠাত সম্পাদনা ইত্যাদি।